মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

নৌকা বিহাৰ

বিশ্বৰ এখন মহান নদী ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ। এই নদিয়ে ইয়াৰ উত্স তিব্বতি হিমালয়ৰ পৰা এই সুন্দৰ ৰাজ্যখনৰ মাজেৰ ১৮০০মাইল বৈ গৈ কৰি বংগোপ সাগৰ ব-দ্বীপত মিলিচেগৈ। এই মহান নৈ খনৰ বুকুত নৌকা বিহাৰ কৰি অনেক সুন্দৰ আৰু ৰোমাঞ্চক অভিজ্ঞতা অৰ্জন কৰক। ই সকলোকে কিবা নহয় কিবা প্ৰদান কৰে। বণ্যপ্ৰাণী উদ্যমী সকলৰ বাবে ই মন প্ৰফুল্লিত কৰিব পৰা বণ্যপ্ৰাণী আৰু পক্ষি দৰ্শনৰ সুবিধা প্ৰদান কৰে, সংস্কৃতিক প্ৰেমীৰ বাবে ই আকৌ নব্য-ধ্ৰুপদী ঔপনিবেশিক স্থান সমূহৰ উপৰিও ৰাজ্যখনৰ ভিন্ন ভিন্ন ৰঙীন জাতিগত সংমিশ্ৰন, বৌদ্ধধৰ্মীয় পুৰাতত্ব, হিন্দু মঠ-মন্দিৰ আৰু ইছলামিক স্থাপত্য কলাৰ দৰ্শন সহজ কৰি তুলে।

ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰাৰ বাবে অসম পৰ্য্যটন বিভাগৰ লগতে ব্যক্তিগত খণ্ডইয়ো সুবিধা প্ৰদান কৰ। কিছু পৰিচালগে গুৱাহাটী মহানগৰীৰ ভিতৰতে ক্ষুদ্ৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰে আৰু কোনোৱে কাজিৰঙা বা তাৰো আগলৈ আৰামদায়ক নৈ ভ্ৰমণৰ সেৱা প্ৰদান কৰে।.

এই নৌকা ভ্ৰমণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এক বিশ্ব ঐতিহ্য স্থানকে আদি কৰি মাজুলীৰ দৰে পৃথিৱীৰ বৃহততম নদীদ্বিপ টোকো সামৰি লয়। ব্ৰহ্মপুত্ৰৰ নৌকা ভ্ৰমণে বণ্যপ্ৰাণী দৰ্শন (প্ৰকাৰৰ, জীপ আৰু হাটীৰ পিঠিত উঠি কৰা ভ্ৰমণৰ জৰিয়তে), খোজ কাঢ়ি গাঁও ভ্ৰমণ, চাহ বাগান ভ্ৰমণ, নৈৰ বালিচাপৰিত মাংখ পোৰা, নৃত্য প্ৰদৰ্শন, চাইকেল বা ৰিক্সাত উঠি দেশীয় নগৰ সমূহ আবিষ্কাৰ কৰা আৰু শিল্পকলাৰ কৰ্মশালা সমূহৰ প্ৰদৰ্শন ইত্যাদি সকলো সামৰি লয়।

মহাবাহু ৰিভাৰ ক্ৰুজ

পাণ্ডু, গুৱাহাটী

ফোন নং- +৯১-৯৫০৮৯৯২৬৫৭

ৱেবছাইটঃwww.mahabahucruiseindia.com

বহ্মপুত্ৰ ক্ৰুজ প্ৰা. লিমিটেড

২৮৯ এ টি ৰোড, ভৰলুমুখ

ফোন নং- +৯১-৯৪৩৫১০৩৩০৪, +৯১-৯৪৩৫৫৫৮০০৫ 

ই-মেইলঃinfo@bcpl.in

এলফ্ৰেস্কো গ্ৰেণ্ড

মাছখোৱা, গুৱাহাটী

ফোন নং- +৯১-৯৪৩৫৫৫৮০০৪

ৱেবছাইটঃ www.alfrescogrand.com

ৰিভাৰ কুইন(আই.ডব্লিউ.টি.)

এম.জি. ৰোড, গুৱাহাটী

ফোন নং- +৯১-৯৪৩৫১০০৫৮০

ই-মেইলঃ

কামাকাজি

এম.জি. ৰোড, ফাঁচী বজাৰ, গুৱাহাটী

ফোন নং- +৯১-৯৭৪৮০০৫৬৫৬ 

ই-মেইলঃ