মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

বুৰঞ্জী

  • ১৯৫৮ চনত অসম পৰ্য্টন বিভাগৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰম্ভনিৰে পৰা প্ৰত্যাহ্বানপূৰ্ণ বহু দুৰ বাট অতিক্ৰম কৰাৰ অন্তত ৰাজ্যৰ পৰ্য্যটন বিভাগক আৰ্থ-সামাজিক উন্নয়নৰ ব্যাপক সম্ভাৱনাপূৰ্ণ যন্ত্ৰ হিচাপে আজিৰ বিশ্বই আকোৱালী লৈছে।