মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

বঁটা

  • অসম পৰ্য্যটন বিভাগে কিছু সংখ্যক বঁটা আৰু স্বীকৃতিও লাভ কৰিছেঃ

    কাজিৰঙাক শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ভোট দান – আউটলোক ট্ৰেভেলাৰ বঁটা ২০১৫
    শ্ৰেষ্ঠ বণ্যপ্ৰাণী অঞ্চলৰ খিতানত অসমক দ্বিতীয় শ্ৰেষ্ঠতম হিচাপে ভোটদান – ২০১৩চনত লোনলি প্লেনেট ইণ্ডিয়াৰ ট্ৰেভেল মেগাজিন।
    ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰনালয়ৰ দ্বাৰা ১৯৯৮-১৯৯৯বৰ্ষত কজিৰঙাক শ্ৰেষ্ঠ বন্ধুত্বসুলভ বণ্যপ্ৰাণী অঞ্চল হিচাপে ঘোষণা।

    ১. আই.আই.টি.এফ., ২০১৬ৰ অসম পেভিলিয়নত উত্তম প্ৰদৰ্শন বাবে অংশ গ্ৰাহন কৰাৰ চিহ্ন হিচাপে অসমৰ পৰ্য্যটন সঞ্চালকালয়ক আই.আই.টি.এফ., ২০১৬ প্ৰদান
                                    সঞ্চালক, অসম পেভিলিয়ন, প্ৰগতি মৈদান, নতুন দিল্লী 
    ২. পৰ্য্যটন উত্সৱ, ২০১৫ 
    খুধিৰাম অনুশীলন কেন্দ্ৰ
    কলিকতা, তাৰিখঃ ১২,১৩,১৪ জুন ২০১৫
    ৩. কৃষি বিভাগ, অসম চৰকাৰ
    আই.চি.চি.
    ইণ্ডিয়ান চেম্বাৰ আৱ কমাৰ্চ 
    নাৱাৰ্ড
    অসম কৃষি বিশ্ববিদ্যালয়
    ৪ৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যানশস্য প্ৰদৰ্শনী ২০১৭
                    ৬জুনৰ পৰা ৯জুন, গুৱাহাটী, অসম