মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

গন্তব্যস্থান

ইচ্ছা অনুসাৰে

চিত্ৰানুগ প্ৰাকৃতিক সৌন্দৰ্য্য, বণ্যপ্ৰাণীৰে ভৰপূৰ, নিষ্কলুষ চাহ বাগানবোৰ, আচৰ্য্যজনক নৌকাবিহাৰ, নদীগৰ্ভত মন্দিৰ আৰু উষ্ণতা, সুন্দৰ জনসাধাৰণ আদি সকলোৰে সমাৰ্থক অসম হৈছে ভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ এক বিচিত্ৰ সমাহাৰ স্থলী। পূণ্যতীৰ্থৰ পৰা বণ্যপ্ৰাণীবিহাৰলৈ, মহাবাহু ব্ৰহ্মপুত্ৰত নৌকাবিহাৰলৈ, বিশাল চাহবাগান বা এচিয়া মহাদেশৰ আটাইতকৈ পূৰণি তেল শোধনাগাৰ ভ্ৰমণলৈ, অসমে আগবঢ়াব পৰা এনে বহুবোৰ উপাদন আছে।