ক্ৰমিক নং | নাম | তাৰিখ | স্থান |
---|
২০১৭ বৰ্ষ |
১ | ভাৰত পৰ্ব | ২৬ ৰ পৰা ৩১ জানুৱাৰী, ২০১৭ | ৰেড ফৰ্ট, নতুন দিল্লী |
২ | এছ এ টি টি ই | ১৫, ১৬ আৰু ১৭ ফেব্ৰুৱাৰী ২০১৭ | প্ৰগতি মৈদান, নতুন দিল্লী |
৩ | তৃতীয় মেইল টুডেজ পৰ্যটন শীৰ্ষ সন্মিলন | ৩০ মে ২০১৭ | নতুন দিল্লী |
৪ | উত্তৰ পূব ভাৰতৰ ওপৰত এদিনীয়া সভা | ৫ আগষ্ট | বাৰাকহাম্বা ৰোড, নতুন দিল্লী |
৫ | এক ভাৰত শ্ৰেষ্ট ভাৰত খাদ্য উত্সৱ | ১ আৰু ১৫ ছেপ্তেম্বৰ, ২০১৭ | অসম ভৱন আৰু ৰাজস্থান গেষ্ট হাউছ, নতুন দিল্লী |
৬ | নৰ্থ ইষ্ট কলিং | ৯ ৰ পৰা ১০ ছেপ্তেম্বৰ, ২০১৭ | ইণ্ডিয়া গেট, নতুন দিল্লী |
৭ | উত্তৰ পূব খাদ্য উত্সৱ | ৩,৪ আৰু ৫ নৱেম্বৰ, ২০১৭ | ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ, নতুন দিল্লী |
৮ | পৰ্যটন পৰ্ব | ২৩, ২৪ আৰু ২৫ অক্টোবৰ, ২০১৭ | ৰাজপথ লন, নতুন দিল্লী |
৯ | ডব্লিউ টি টি চি আই আই বঁটা | ১৪ নৱেম্বৰ ২০১৭ | দি পাৰ্ক হোটেল, নতুন দিল্লী |
১০ | ভাৰতৰ শ্ৰেষ্ট বঁটা(অসমক শ্ৰেষ্ঠ উদীয়মান গন্তব্য স্থান বঁটা) | ২৮ নৱেম্বৰ ২০১৭ | হোটেল আই টি চি ময়ূৰ |
২০১৬ বৰ্ষ |
১১ | নৱৰঙ্গ মেলা | ১৫, ১৬ আৰু ১৭ জানুৱাৰী ২০১৬ | চি.আই.এছ.এফ. কমপ্লেক্স, নতুন দিল্লী |
১২ | এছ এ টি টি ই | ৩১ জানুৱাৰী ২০১৬ | প্ৰগতি মৈদান |
১৩ | গন্তব্য স্থান উত্তৰ পূৰ্বাঞ্চল | ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰী ২০১৬ | প্ৰগতি মৈদান, নতুন দিল্লী |
| | | |
১৪ | ভাৰত পৰ্ব | ১২ ৰ পৰা ১৮ আগষ্ট ২০১৬ | ৰাজপথ লন, ইণ্ডিয়া গেট, নতুন দিল্লী |
১৫ | ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা | ১৪ ৰ পৰা ২৮ নৱেম্বৰ ২০১৬ | প্ৰগতি মৈদান, নতুন দিল্লী |
২০১৫ বৰ্ষ |
১৬ | এছ এ টি টি ই | ৩১ জানুৱাৰী ২০১৫ | প্ৰগতি মৈদান, নতুন দিল্লী |
১৭ | ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা | ১৪ পৰা ২৭ নৱেম্বৰ ২০১৫ | প্ৰগতি মৈদান, নতুন দিল্লী |
১৮ | জি ই এছ | ২৪ এপ্ৰিল ২০১৫ | প্ৰগতি মৈদান, নতুন দিল্লী |
২০১৪ বৰ্ষ |
১৯ | এছ এ টি টি ই | ৩১ জানুৱাৰী ২০১৪ | প্ৰগতি মৈদান, নতুন দিল্লী |
২০ | ভাওনা- অংকীয়া নাট | ২৪ আৰু ২৫ মে ২০১৪ | মভলংকৰ প্ৰেক্ষাগৃহ, নতচুন দিল্লী |
২১ | আন্তঃৰাষ্ট্ৰীয় বুদ্ধ সন্মিলন | ছেপ্তেম্বৰ ২০১৪ | বুদ্ধগয়া, বিহাৰ |
২২ | ইণ্ডিয়া গ্ৰেট ট্ৰ্যাভেল বজাৰ | | জয়পুৰ |
২৩ | ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা | ১৪ ৰ পৰা ২৭ নৱেন্বৰ ২০১৪ | প্ৰগতি মৈদান, নতুন দিল্লী |
২০১৩ বৰ্ষ |
২৪ | এছ এ টি টি ই | | প্ৰগতি মৈদান, নতুন দিল্লী |
২৫ | ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা | ১৪ ৰ পৰা ২৭ নৱেন্বৰ ২০১৩ | প্ৰগতি মৈদান, নতুন দিল্লী |
২০১২ বৰ্ষ |
২৬ | সুৰজ কুণ্ড মেলা | ফেব্ৰুৱাৰী ২০১২ | সুৰজকুণ্ড, ফৰিদাবাদ |
| | | |